Subscribe Us

JSON Variables

JSON Variables

Class 10 assamese chapter 3

 শব্দার্থ আৰু টোকাঃ

অন্তৰীক্ষ ঃ আকাশ ; যাক পৃথিৱী আৰু সূৰ্যৰ মাজত দেখা যায় ।

ঊষা ঃ সূর্য

ঋত্বিক ঃ ঋতুযাজক , পুৰােহিত ।

কালৰাত্রি ঃ আন্ধাৰ ৰাতি ।

কিশলয় ঃ কুঁহিপাত , গজালি , কোঁহ ।

কীচক বেণু ঃ কীচক বাঁহ , সেই বাঁহৰ বাদ্যৰ শব্দ ।

কুঙ্কুম ঃ প্রসাধন সামগ্রী বিশেষ ।

কুসুম ঃ ফুল ।

ক্লেদ ঃ গেলা মলযুক্ত পানী ।

চামৰ ঃ চোৱৰ , কুঁৱৰী পহুৰ নেজৰ মুঠা ।

চিত্তহাৰী ঃ মন - প্রাণ হৰি নিয়া ।

তন্ত্ৰালস ঃ শ্রান্ত ক্লান্ত , টোপনি যােৱা অৱস্থা ।

তেজি ঃ ত্যাগ কৰি ।

তান ঃ সুৰ , ৰাগ ।

দীর্ণ ঃ ভাগি - ছিগি যােৱা , বিদাৰিত ।

পৰিমল ঃ সুগন্ধ ।

পুঞ্জীভূত ঃ সঞ্চিত ।

ফুল্ল ঃ ফুলি উঠা , পাহি মেলা ফুল ।

বসুধা ঃ পৃথিৱী ; বসুমতী ।

বিহঙ্গ ঃ চৰাই ; পক্ষী ।

মহামহিম ঃ অতিশয় গৌৰৱান্বিত , বৰ মান্য , খ্যাতিমন্ত ।

ৰঞ্জিলে ঃ ৰঙীণ কৰিলে , পােহৰ কৰিলে ।



Post a Comment

और नया पुराने