Subscribe Us

JSON Variables

JSON Variables

A letter to god

 A Letter To God 

1. What did Lencho hope for? ( লেঞ্চই কি আশা কৰিছিল? )

Ans:- Lencho hoped for rain as it was much needed for a good harvest ( লেঞ্চই বৰষুণৰ বাবে আশা কৰি আছিল যিটো তাৰ খেতিডৰাৰ বাবে খুবেই প্ৰয়োজন আছিল। )



2. Why did Lencho say the raindrops were like 'new coins'?(লেঞ্চই বৰষুণৰ টোপালবোৰক কিয় নতুন পইচাৰ লগত তুলনা কৰিছিল? )

Ans:- For lencho, the raindrops were like 'new coins' as they promised him a good harvest resulting in more prasperity.( বৰষুণৰ টুপালবোৰ লেঞ্চৰ বাবে নতুন পইচাৰ দৰে আছিল কিয়নো ই তেখেতৰ খেতিডৰাক সমৃদ্ধিশালী কৰাৰ সপোন দেখাইছিল। )



3. How did the rain change? What happened to Lencho fields?( বৰষুণ কিদৰে সলনি হৈছিল? ই লেঞ্চৰ খেতিডৰালৈ কি পৰিৱৰ্তন আনিছিল? )

Ans:- The rain who came with a new hope had changed into a hailstorm. A strong wind began to blow and huge hailstones began to fall along with the rain. All the craps in Lencho's field got destroyed due to hailstorm. ( নতুন আশা কঢ়িয়াই অনা বৰষুণজাকে হঠাতে শিলাবৃষ্টিলৈ পৰিৱৰ্তন হ'ল। তীব্ৰ বতাহে তথা ডাঙৰ শিল পৰিব ধৰিলে বৰষুণৰ সৈতে, যাৰ ফলত লেঞ্চৰ পথাৰখনৰ খেতিডৰা সম্পূৰ্ণৰূপে নষ্ট হৈ থকিল। )



4. What were Lencho's feelings when the hail stoppes? ( ধুমুহা শেষ হোৱা পাছত লেঞ্চৰ কেনেকুৱা অনুভৱ হৈছিল? )

Ans:- When the hail stopped Lencho was filled with grief as everything was ruined and there was nothing that could feed his family. He could see a bleak future for him and his family.( ধুমুহা শেষ হোৱা পাছত লেঞ্চৰ খংউঠিছিল কিয়নো ই সকলো ধ্বংস কৰি পেলেইছিল যাৰ ফলত তেওঁ পৰিয়ালক খুৱাবৰ বাবে একো বাছি নাথাকিলে। তেওঁ নিজৰ মাথো অন্ধকাৰময় ভৱিষ্যত দেখা পাইছিল। )



5. Who or What did Lencho have faith in? What did he do?( লেঞ্চই কিহৰ ওপৰত বিশ্বাস ৰাখিছিল? আৰু তেওঁ কি কৰিছিল? )

Ans- Lencho had firm faith in God. He believed that God sees everything including one's deep conscience and help everyone in one's problems. He wrote a letter to God demanding him a hundred pesos to his field again. 

    ( লেঞ্চৰ ভগৱানৰ ওপৰত অগাধ বিশ্বাস আছিল। তেঁও বিশ্বাস কৰিছিল যে ভগৱানে সকলোকে দেখি থাকে আৰু সকলোৰে মনৰ ভিতৰখনো পঢ়িব পাৰে। সেইবাবে সি ভগৱানৰ ওচৰত ১০০ টকা বিচাৰি চিঠি লিখিছিল যাতে পুনৰ খেতি আৰম্ভ কৰিব পাৰে। )




6. Who read the letter? ( চিঠি খন কোনে পঢ়িছিল? )

Ans:- The postmaster read the letter.( প'ষ্টমেনজনে চিঠিখন পঢ়িছিল। )



7. What did the postmaster do then? ( প'ষ্টমাষ্টাৰজনে কি কৰিছিল? )

Ans:- The postmaster helped Lencho by sending money on behalf of God. lencho had written a letter God help him money. The postmaster didn't want to shake Lencho's faith in God. So he collected money and sent to Lencho.( ভগৱানৰ হৈ প'ষ্টমাষ্টৰজনে লেঞ্চৰ বাবে পইচা পঠাইছিল। লেঞ্চই ভগৱানৰ নামত এখন চিঠি লিখিছিল পইচা বিচাৰি, সেইবাবে পষ্টমাষ্টজনে লেঞ্চ'ৰ বিশ্বাস অটুট ৰাখিবৰ বাবে নিজে পইচা গোটাই লেঞ্চ'লৈ পঠিয়াছিল। )



8. Was Lencho surprised to find a letter for him with money in it? ( লেঞ্চ'ই চিঠিসহিত পইচা লাভ কৰি আচৰিত অনুভৱ কৰিছিল নেকি? )

Ans:- No, Lencho was not surprised to find a letter for him with money in it, because he had full faith in God. He knew that God saw everything even in one's conscience.( নাই, লেঞ্চ'ই চিঠিখনৰ সৈতে পইচা লাভ কৰি কোনো আচৰিত হোৱা নাছিল, কিয়নো তেওঁৰ ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল। তেওঁ জানিছিল যে ভগৱানে সকলোৰে মনৰ ভিতৰৰ দূৰৱস্থাও বুজি পাই। )




9. What made him angry?

   ( কি কথাত তেওঁৰ খঙ উঠিছিল? )

Ans:- Lencho asked for hundred pesos from God. But God sent him only seventy pesas. It was not good on God's part. This made him angry. ( লেঞ্চ'ই ভগৱানৰ পৰা এশ টকা বিচাৰিছিল। কিন্তু ভগৱানে মাত্ৰ সত্তৰ টকা দিছিল, যিটো ভগৱানৰ ক্ষেত্ৰত

 অসম্ভৱ হয়। এইটো কথাতে লেঞ্চ'ৰ খঙ উঠিছিল। )


Post a Comment

Newer Older