Subscribe Us

JSON Variables

JSON Variables

Dust of Snow MAIN CONTENT

 Dust of Snow  

MAIN CONTENT


 


( কবিতাটোৰ মূলভাৱ)ঃ

অসমীয়া অনুবাদঃ 

      'Dust of Snow' নামৰ চুটি কবিতাটোৰ জৰিয়তে কবি ৰবাৰ্ট ফ্ৰ'ষ্টে প্ৰকৃতিৰ সৰু বৰ বস্তত নিহিত হৈ থকা অকল্পনীয় শক্তিৰ চমু আভাস দাঙি ধৰিছে। অসুস্থ মনৰ পৰা অসুস্থ শৰীৰৰলৈকে সকলোবোৰ ভাল কৰিব পৰা ক্ষমতা প্ৰকৃতিৰ হাতত থাকে, এদিন কবি হতাশাত ভূগি আছিল তেতিয়াই এৰোপা হেমলক গছত থকা কাউৰী এটাই কবিৰ গাত বৰফৰ কণাবোৰ পেলাই দিছিল। সেই কণাবোৰে তেওঁৰ দূখী মনটো সলনি কৰি তুলিছিল, অৰ্থা সুখ অনুভৱ কৰিব পাৰিছিল কবিয়ে আৰু দিনটো ভাল হৈ পৰিছিল। প্ৰকৃতিৰ সেই কৰ্মই তেওঁক বুৰাই দিলে যে তেওঁৰ অসুবিধাটো কিমান নগন্য। কবিয়ে হেমলক তথা কাউৰীৰ দৰে ধননাত্মক প্ৰতীকক ব্যৱহাৰ কৰিছে সূখৰ বাহক হিচাপে যিয়ে তেওঁৰ মনটোক প্ৰফুল্লিত কৰিলে। ইয়াৰ জৰিয়তে কবিয়ে বুজাব বিচাৰিছে যে কেতিয়াবা ঋনাত্মক বস্তুৱেও মানুহৰ মনলৈ ভাল পৰিৱৰ্তন আনি দিব পাৰে। 

Thinking about the poem ( কবিতাটোৰ বিষয়ে ভাবা) 


1. What is a "dust of snow"? What does the poet say has changed his mood? How has the poets mood changed? 

( বৰফৰে ধূলিবোৰ কি? কি কথাই কবিৰ মনৰ ধাৰণা সলনি কৰি দিছিল? কবিৰ মনটো কিদৰে সলনি হৈছিল? )


Ans:- A 'dust of snow' is a tiny particles of snow, cause of their small size the poet calls them dust. The poet was in an awful mood when particles of snow had fallen on him. This had changed the poet's frame of mind instantly and his day got a lot better.

   ( ডাষ্ট অফ্ স্ন' মানে বৰফৰ কণা সেইবিলাকে ধূলিৰ দৰে সৰু আছিল বাবে কবিয়ে ডাষ্ট বুলি কৈছে। যেতিয়া বৰফৰ কণাবিলাক তেওঁৰ গাত পৰিছিল তেওঁ মনটো বিষাদ পূৰ্ণ আছিল। কিন্তু ইয়াৰ পাছতে, তেওঁৰ মনলৈ ধনাত্মক পৰিৱৰ্তন আহিলে। )



2. How does frost present nature in this poem? The following questions may help you to think of an answer?

  ( কবিয়ে এই কবিতাটোত প্ৰকৃতিক কিদৰে উপস্থাপন কৰিছে? তলৰ প্ৰশ্নসমূহে তোমাক এই বিষয়ে ভবাত সহায় কৰিব। )


   (i) What are the birds that are usually named in poem? Do you think a crow is often mentioned in poems? What images come to your mind when you think of a crow? 

   ( সচৰাচৰ কবিতা এটাত কোনোধৰণৰ চৰাইৰ নাম উল্লেখ থাকে? কাউৰীৰ ব্যৱহাৰ আন কবিতাত দেখা পাইছানে? )


Ans:- Birds like sparrows, nightingale and peacock are more than often named in poems, Unlike these birds, craws are often seen as the indicators of doom and fear. They are often used for negative references. 

   ( সাধাৰণতে কপৌ, কুলি, মৌৰা আদি চৰাইৰ উল্লেখ কবিতাবিলাকত পোৱা যায়, কাউৰী'ক সদায় অন্ধকাৰ অথকা ভয় আদিৰ লগত ৰিজোৱা হয়। সেহেয়ে ইয়াক ঋনাত্মক বস্তুৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়। )



(ii) Again, What is " a hemlock tree"? Why does not the poet write about a more "beautiful" tree such as a male, or an oak, or a pine?

  ( হেমলক গছজোপা কি হয়? কবিয়ে আন কোনো সুন্দৰ গছৰ নাম উল্লেখ নকৰি কিয় এইজোপা গছৰ নাম ব্যৱহাৰ কৰিছে?


Ans:- Trees are also seen as mightly creatures importing wisdom as they're too old. They give out oxygen and absorbing all the negative energy. But there are trees that are poisonous too, like a hemlock tree. The poet does not mention a more 'beautiful' tree such as maple, oak or pine because he wants to indicate a sad scene. Being poisonous, a hemlock tree is considered bad and so, he refers to it.

   ( গছবোৰক অতি শক্তিশালী আৰু জ্ঞানৰ প্ৰতীক হিচাপে ভাবা সিহঁতৰ বয়সৰ বাবে। গছে মানুহক অস্কিজেন দিয়ে আৰু আমাৰ চৌদিশে থকা ঋণাত্মক বাতাবৰণক নিজৰ মাজত বৰণ কৰে। কিন্তু তাৰ মাজতে হেমলোকৰ দৰে বিষাক্ত গছো আছে। তথাপিও কবিয়ে পাইন, মেপল অথবা এক গছৰ নাম ব্যৱহাৰ কৰা নাই কিয়নো তেখেতে দূখৰ ছবি দাঙি ধৰিব বিচাৰিছে আৰু হেমলক যিহেতু এজোপা বিষাক্ত গছ সেয়েহে তেওঁ ইয়াক ব্যৱহাৰ কৰিছে।



(iii) What do the 'crow' and "hemlock" represent joy or sorrow? What does the dust of snow that the crow shakes off a hemlock tree stand for ?

      ( 'কাউৰী' আৰু হেমলোক' গছজোপাই কি সূচাইছে - সূখ নে দূখ? কাউৰীটোৱে কেনে ধৰণে বৰফৰ কণা সৰাইছিল গছজোপাৰ পৰা? )



Ans:- Both crow and the hemlock tree represent sorrow. Frost has used both the negative creators as the carries of positivism and strength that transformed his day of for the better. By not using birds like sparrow and nightingale, trees like maple or aak the poet has tried to break down all the preconceived nations we have about certain agents of nature. He has tried to make us understand that we see the world not as how it is, but as how we want to see it . Thus, the craw sitting and a hemlock tree together made his day better. The dust of snow stands for joy.

   ( কাউৰী আৰু হেমলোক অৰ্থা বিষাক্ত গছজোপাই দূখৰ ছবি দাঙি ধৰিছে। ফ্ৰষ্টে দুয়োটা ঋণাত্মক ছবি ব্যৱহাৰ কৰিছে যিয়ে ধনাত্মক মন তথা শক্তি কঢ়িয়াই আনি কৰিৰ মন সলনি কৰিছে। কবিয়ে সচৰাচৰ ব্যৱহাৰ হৈ থকা চৰাই অথবা গছৰ নাম ব্যৱহাৰ নকৰি প্ৰকৃতিৰ বস্তুবিলাকৰ প্ৰতি থকা মানুহৰ ধাৰণাক সলনি কৰিব বিচাৰিছে যে তেওঁলোকে বস্তুবিলাকৰ সঠিক ৰূপটো চোৱাৰ পৰিৱৰ্তে নিজৰ দৃষ্টিভংগীৰেহে পৰ্যাবেক্ষণ কৰে। সেয়েহে তেওঁ নভবাকৈয়ে কাউৰীটো আৰু হেমলোক গছজোপাই তেওঁৰ মনলৈ পৰিৱৰ্তন আনিছে। )



3. Have there been times when you felt depressed and hopeless? Have you experienced a similar moment that changed your mood that day? 

( তুমি কেতিয়াবা নিৰাশা অথবা হতাশাত ভূগি পাইছানে? আৰু কেতিয়াবা কোনো ঘটনাই তোমাৰ মন সলনি কৰিছেনে?


Ans:- There have been innumerable times when I have felt depressed and hopeless, such moment were aroused by other's attitude and behavior and sometimes due to my own conduct. When ever I am upset I go for a walk or try to engage in different activities.

  ( এনেকুৱা অসংখ্য মূহুৰ্ত্ব আছে যেতিয়া মই হতাশা আৰু নিৰাশাত ভূগো, সেই মনোভাৱ হয়তো কেতিয়াবা আনৰ কথা বতৰাৰ পৰা জাগত হ. নতুবা কেতিয়াবা নিজৰ কিছুমান কামৰ বাবে, যেতিয়া মই তেনেধৰণৰ অনুভৱ কৰো তেতিয়াই মই খোজ কাঢ়িবলৈ ওলাই যাওঁ নতুবা বেলেগ কামত মন গাবলৈ চেষ্টা কৰো। )


Post a Comment

और नया पुराने