Class 12 Assamese Book question answer all chapters। Class 12 Assamese। Class 12 অসমীয়া সকলো প্ৰশ্ন উত্তৰ। Common question answers।
মগনিয়াৰ
১। মগনিয়াৰ কবিতাটোৰ কবি কোন?
উত্তৰ: মগনিয়াৰ' কবিতাটিৰ কবি হৈছে যতীন্দ্র নাথ দুৱৰা।
২। 'মগনিয়াৰক' কি কবিতা বুলি কোৱা হয়?
উত্তৰঃ 'মগনিয়াৰক' কথা-কবিতা বুলি কোৱা হয়।
৩। যতীন্দ্র নাথ দুৱৰাৰ ছদ্মনামটো কি?
উত্তৰ: যতীন্দ্ৰ নাথ দুৱৰাৰ ছদ্মনামাটা হৈছে 'যদু।
৪। যতীন্দ্র নাথ দুৱৰাক কি কবি বুলি কোৱা হয়?
উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰাক 'বনফুলৰ' কবি বুলি কোৱা হয়।
৫। কবিতাটিত কবিৰ লগত নথকা বস্তুবোৰ কি?
উত্তৰ: কবিতাটিত কবিৰ লগত নথকা বস্তুবোৰ হৈছে এটা ঘড়ী, এখন ৰুমাল আৰু এটা টকা।
৬। 'মগনিয়াৰ' পাঠটিৰ কেন্দ্ৰন্থ ভাৱটো কি?
উত্তৰঃ মগনিয়াৰ' পাঠটিৰ কেন্দ্রস্ব ভাৱটো হৈছে দৰিদ্ৰৰ আন্তৰিকতাৰ প্ৰকাশ।
৭। কবিয়ে বাটেদি গৈ থাকোতে কাক লগ পাইছিল? উত্তৰঃ কবিযে বাটেদি গৈ থাকোঁতে এজন মগনিয়াৰক লগ পাইছিল।
৮। মগনিয়াৰ আৰু কবিৰ মাজত থকা সাদৃশ্য থকা বিষয়টো কি?
উত্তৰঃ স্যানিয়াৰ আৰু কবিৰ মাজত সাদৃশ্য থকা বিষয়টো হ'ল আন্তৰিকতা।
৯। মগনিয়াৰ জনৰ হাত দুখন কেনেধৰণৰ আছিল?
উত্তৰ: ম্যানিয়াৰ জনৰ হাত দুখন উখহা অপৰিষ্কাৰ আছিল।
১০। যতীন্দ্ৰ নাথ দুৱৰাৰ প্ৰথম প্ৰকাশিত কবিতা পুথিখন কি?
উত্তৰ: যতীন্দ্ৰ নাথ দুৱৰাৰ প্ৰথম প্ৰকাশিত পুযিখন হ'ল- 'আপোন সুৰ'।
১১। যতীন্দ্ৰ নাথ দুৱৰাই কোন চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰ: যতীন্দ্ৰ নাথ দুৱৰাই ১৯৫৫ চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল।
১২। কথা-কবিতা অসমীয়া কাব্য জগতত কেভিয়াৰ পৰা সৃষ্টি হৈছিল?
উত্তৰঃ কথা-কবিতা অসমীয়া কাব্য জগতত উনৈশ শতিকাৰ পৰা সৃষ্টি হৈছিল।
১৩। 'যদু' ছদ্মনামেৰে যতীন্দ্রনাথ দুৱৰাই প্ৰথমে কত কবিতা লিখিছিল?
উত্তৰঃ 'যদু' ছদ্মনামেৰে যতীন্দ্ৰনাথ দুৱৰাই প্ৰথমে 'উষা আলোচনী খনত কবিতা লিখিছিল।
১৪। ওমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুখি এখনৰ নাম লিখা।
উত্তৰঃ ওমৰ খায়াম হ'ল ফাচী চুফী কবি। তেওঁৰ ৰচিত এখন বিখ্যাত পুষি হ'ল-ৰুবায়ত।
১৫। কথা কবিতা ৰচনা কৰোঁতে কোন গৰাকী আফ্রিকাৰ লেখিকাৰ দ্বাৰা যতীন্দ্ৰ নাথ দুৱৰা অনুপ্রাণিত হৈছিল? উত্তৰঃ কথা কবিতা ৰচনা কৰোঁতে আফ্রিকাৰ অলিভ শ্রাইনাৰৰ দ্বাৰা যতীন্দ্র নাথ দুৱৰা অনুপ্রাণিত হৈছিল।
১৬। যতীন্দ্ৰ নাথ দুৱৰাৰ মৃত্যুৰ পিছত প্ৰকাশ পোৱা কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ যতীন্দ্র নাথ দুৱৰাৰ মৃত্যুৰ পিছত পোৱা কবিতা পুথিখনৰ নাম হ'ল-মৰমৰ সুৰ'।
১৭। কবি যতীন্দ্র নাথ দুৱৰাই ক'ত কেনেকৈ কর্ম জীৱনৰ পাতনি মেলিছিল?
উত্তৰ: কবি যতীন্দ্র নাথ দুৱৰাই ডিব্ৰুগড়ৰ জর্জ ইনষ্টিটিউদ্ঘাত পোন প্রথমে শিক্ষকতা কৰি কৰ্ম জীৱনৰ পাতনি মেলিছিল।
১৮। বুচ সাহিত্যিক টুর্গেনিভৰ কোনটো কথা কবিতাৰ লগত মগনিয়াৰৰ সাদৃশ্য আছে?
উত্তৰঃ বুচ সাহিত্যিক টুর্গেনিভৰ The Beggar' নামৰ কথা-কবিতাৰ লগত মগনিয়াৰৰ সাদৃশ্য আছে।
১৯। যতীন্দ্ৰ নাথ দুৱৰাই অসম সাহিত্য সভাৰ কোন স্থানত অনুষ্ঠিত অধিৱেশনত সভাপতিত্ব কৰিছিল? উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰাই অসম সাহিত্য সভাৰ ১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা চতুর্বিংশ অধিৱেশনত সভাপতিত্ব কৰিছিল।
২০। সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকগৰাকী কোন? HS 2012, 19, 22 উত্তৰঃ সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকগৰাকী হ'ল যতীন্দ্র নাথ দুৱৰা।
২১। অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কৰিগৰাকী কোন? HS 2013, 2016 উত্তৰঃ অসমীয়া ভাষাৰ প্ৰথমগৰাকী কথা কবিতাৰ ৰচক হ'ল যতীন্দ্ৰ নাথ দুৱৰা।
২২। যতীন্দ্ৰ নাথ দুৱৰাই ৰচনা কৰা কথা-কবিতা পুথিখনৰ নাম কি? HS 2014, 2017 উত্তৰ: যতীন্দ্ৰ নাথ দুৱৰাই ৰচনা কৰা কথা-কবিতা পুথিখনৰ নাম হ'ল কথা কবিতা।
২৩। 'ওমৰ তীর্থ' কাব্যপুথিৰ মূল কি? HS 2015, 2018
উত্তৰঃ ওমৰ তীৰ্থ' কাব্যপুথিৰ মূল হ'ল- ফাচী ছুফী কবি ওমৰ খায়ামৰ ৰুবায়ত।
২৪। যতীন্দ্র নাথ দুৱৰাই কোনখন কবিতা পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? HS 2015 উত্তৰ: যতীন্দ্র নাথ দুৱৰাই বনফুল কবিতা পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
২৫। 'ওমৰ তীৰ্থ' পৃথিখন কোন পুখিৰ ভাবানুবাদ? HS 2018, 2024 উত্তৰঃ 'ওমৰ তীর্থ' পুথিখনি ফাচী দুফী কবি ওমৰ খায়ামৰ ৰুবায়ত নামৰ পুথিখনৰ ভাবানুবাদ।
২৬। ফানিয়াৰ পাঠটি ক'ৰপৰা সংগ্ৰহ কৰা হৈছে? HS 2020১৫। কথা কবিতা ৰচনা কৰোঁতে কোন গৰাকী আফ্রিকাৰ লেখিকাৰ দ্বাৰা যতীন্দ্র নাথ দুৱৰা অনুপ্রাণিত হৈছিল? উত্তৰ: কথা কবিতা ৰচনা কৰোঁতে আফ্রিকাৰ অলিভ শ্রাইনাৰৰ দ্বাৰা যতীন্দ্ৰ নাথ দুৱৰা অনুপ্রাণিত হৈছিল।
إرسال تعليق